Posted inঅসম

অসম জাতীয় পৰিষদৰ দুঘণ্টীয়া মৌন প্ৰতিবাদ

গুৱাহাটী : লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বৃহস্পতিবাৰে নিশা ১২ বজাত আদানী গোষ্ঠীক ৫০ বছৰৰ বাবে হস্তান্তৰ কৰা হৈছে। কেন্দ্ৰৰ মোদী চৰকাৰে সকলো নীতি-নিয়ম জ্বলাঞ্জলি দি সম্পূৰ্ণ বেআইনীভাৱে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে বুলি অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় অসম জাতীয় পৰিষদে আৰম্ভণিৰে পৰা ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। অসম জাতীয় পৰিষদে ইতিমধ্যে ইয়াৰ […]