Posted inঅসম

বিজেপিক পৰাভূত কৰিবলৈ ১০ টা বিৰোধী দলৰ ৰণ কৌশল

নিউজ ডেস্কঃ কংগ্ৰেছ দলৰ আহ্বান মৰ্মে শুক্ৰবাৰে গুৱাহাটীৰ হোটেল লিলিত বিৰোধী দল সমূহে এখন গুৰুত্বপূৰ্ণ সভা মিলিত হয়। ৰাজ্যখনৰ ১০ টা বিৰোধী দলে বিজেপি ক আগন্তুক পঞ্চায়ত আৰু  ২০২৪ ৰ লোকসভা নিৰ্বাচনত পৰাভূত কৰিবলৈ প্ৰথম পৰ্যায়ৰ বৈঠক বহে। AIUDF ক বাদ দি বাকী সকলো বিৰোধী দল এক লগ হোৱা বাবে সংকল্প গ্ৰহণ কৰিছে সভাৰ জৰিয়তে। […]