Posted inচাকৰি

চাকৰি: অসম কৃষি বিশ্ববিদ্যালয়ত নিযুক্তি সৃষ্টি

অসম কৃষি বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা এটা প্ৰকল্প সহকাৰী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এই পদ সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব বুলি এক বিভাগীয় বিজ্ঞাপন যোগে জনোৱা হয়। প্ৰকল্পৰ নাম – UN-GEF project “Mainstream agrobiodiversity conservation and utilization in the Agricultural Sector to ensure ecosystem services and reduce vulnerability”পদৰ নাম – প্ৰকল্প সহকাৰী। […]