Posted inঅসম

পতাকা নিৰ্মাণত ব্যস্ত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কৰ্মচাৰী সকল

গুৱাহাটী : হাতত সময় নাই, মাজত মাত্ৰ কেইটামান দিন। সময়ৰ পূৰ্বে পতাকা নিৰ্মাণ কৰিব উলিয়াব লাগিব। গতিকে পতাকা নিৰ্মাণৰ কামত ব্যস্ত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কৰ্মচাৰী সকল। ব’ৰ্ডৰ মহিলা কৰ্মচাৰী সকল চিলাই গৈছে এটাৰ পিছত আনটো পতাকা। বিগত দুবছৰ ধৰি কভিডসৃষ্ট পৰিৱেশৰ বাবে সমস্যাত পৰিছে অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড। বিশেষকৈ স্বাধীনতা দিৱস আৰু […]