Posted inঅসম

অসম আৰক্ষী বিৰুদ্ধে অপহৰণৰ অভিযোগ মিজোৰামৰ; প্ৰত্যুত্তৰত কি ক’লে অসম চৰকাৰে?

নিউজ ডেস্ক : অসম আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ দৰে এক গুৰুত্বপূৰ্ণ অভিযোগ আনিছে চুবুৰীয়া ৰাজ্য মিজোৰামে। অসম-মিজোৰাম সীমান্তত অসম আৰক্ষীৰ জোৱানে এগৰাকী শ্ৰমিকক অপহৰণ কৰি অত্যাচাৰ চলোৱা বুলি মিজোৰামৰ কোলাচিব জিলাৰ উপায়ুক্তই অনা অভিযোগ খণ্ডন কৰিছে অসম চৰকাৰে। উল্লেখযোগ্য যে বৃহস্পতিবাৰেহা ইলাকান্দিৰ উপায়ুক্তলৈ লিখা পত্ৰত কোলাচিব জিলাৰ উপায়ুক্ত গৰাকীয়ে অসম-মিজোৰাম সীমান্তৰ আইটলাং অঞ্চলৰ পৰা লালনাৰামাৱিয়া নামৰ […]