Posted inউত্তৰ-পূৱ

অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত দুই ৰাজ্যৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্ক: মিজোৰামৰ গৃহ মন্ত্ৰী লালছ্যামলিয়ানাই বিগত বৰ্ষৰ জুলাইত অসম- মিজোৰাম সীমান্তত সৃষ্টি হোৱা ৰক্তাক্ত পৰিস্থিতিৰ বাবে দুখ প্ৰকাশ কৰি ভবিষ্যতে এনে দুর্ভাগ্যজনক ঘটনা সংঘটিত নোহোৱাৰ বাবে মিজোৰাম চৰকাৰে প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰিব। বৃহস্পতিবাৰে গুৱাহাটীত অসম আৰু মিজোৰামৰ মাজত থকা দীর্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে মন্ত্ৰী পৰ্যায়ত অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। […]