Posted inঅসম

ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

মঙলদৈঃ অসম আৰক্ষী দিৱসৰ দিনাই দৰং আৰক্ষীৰ বাবে বেয়া খৱৰ। দৰঙৰ ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ ৰয়ক নিলম্বনৰ নিৰ্দেশ। দৰঙৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ দিয়ে। অনুশাসন ভংগৰ লগতে উচ্চ পদস্থ বিষয়াৰ নিৰ্দেশ অমান্য কৰি কৰ্তব্যত অৱহেলা কৰাৰ বাবে নিতাই চন্দ্ৰ ৰয়ক নিলম্বন। জিলা আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই […]