Posted inঅসম

গছৰ পাতত চিত্ৰ অংকন কৰি সমাদৃত তামুলপুৰৰ মেধাবী ছাত্ৰী ডিম্পী বৰ্মন

তামুলপুৰ : গছৰ পাতত বিভিন্ন চিত্ৰ অংকন কৰি সমাদৃত তামুলপুৰৰ ডিম্পী বৰ্মন। তামুলপুৰৰ বৰখোপা নিবাসী হৰেশ্বৰ বৰ্মন আৰু গীতাঞ্জলী বৰ্মনৰ কন্যা ডিম্পী বৰ্মন।প্ৰতিভাক কোনেও বাধা দিব নোৱাৰে। মনত অদম্য হেপাঁহ থাকিলে সেই প্ৰতিভাক কোনেও বাধা দি ৰাখিব নোৱাৰে। ডিম্পী বৰ্মনৰ মনতো আছে অদম্য হেপাঁহ। সেই হেঁপাহৰ সাহসৰ বলতে ডিম্পী বৰ্মন আজি এই অৱস্থাত উপনীত হৈছে। […]