গুৱাহাটী : আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে তৰ্ক প্ৰতিযোগিতা। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ উদ্যোগত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অহা ২৩ জুনত অসম অলিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। তৰ্ক প্ৰতিযোগিতাত প্ৰতিখন […]