গুৱাহাটী: সমগ্ৰ বিশ্বৰ লগতে বৃহস্পতিবাৰে অসম ফটো সাংবাদিক সন্থায়ো দিনযোৰা কাৰ্যসূচীৰে বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰে৷ গুৱাহাটী প্ৰেছ ক্লাৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা অনুষ্ঠানটোত আফগানিস্থানত তালিবানৰ আক্ৰমণত মৃত্যু বৰন কৰা বিশিষ্ট ফটো সাংবাদিক ডানিছ ছিদ্দিকৰ নামত উৎসৰ্গিত কৰে৷ ডানিছ ছিদ্দিকৰ জীৱনাদৰ্শনাৰ বিষয়ত বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰে৷ ওৰেটো জীৱন ফটোৰ সৈতে জড়িত থকা ডানিছে […]