জামুগুৰিহাটঃ অসম আৰক্ষী দিৱস উপলক্ষে জামুগুৰিহাটৰ কুসুমটোলাস্থিত দ্বাদশ অসম আৰক্ষী বাহিনীৰ উদোগত হাফ মাৰথান প্ৰতিযোগিতা। পুৰুষ আৰু মহিলা উভয় শাখাত আয়োজন কৰা হাফ মাৰথান প্ৰতিযোগিতাত দুই শতাধিক প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাখনিৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ মাধৱ ৰাজবংশীয়ে । লগতে পঢ়কঃ শ্ৰমিকৰ দুখ-যন্ত্ৰণা মই ভালদৰে উপলব্ধি কৰিব পাৰো : ৰামেশ্বৰ তেলী […]