Posted inNews

গৃহমন্ত্ৰীয়ে আজি কলাক্ষেত্ৰত অসম আৰক্ষী সেৱা সেতু পৰ্টেল মুকলি কৰিব

নিউজ ডেস্কঃ অসম চৰকাৰে নাগৰিক আৰু আইন বলৱৎকাৰী মাজত সুসম্পৰ্ক গঢ়িবলৈ অসম সেৱা সেতু পৰ্টেলৰ ব্যৱস্থা কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰ বাবে আহিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিয়লি শংকৰদেৱ কলাক্ষেত্ৰত উক্ত অসম সেৱা সেতু পৰ্টেলটোৰ উন্মোচন কৰিব। স্বচ্ছ, সহজলভ্য আৰু সামূহিক যোগাযোগৰ বাবে নাগৰিক সেৱাসমূহ লাভ কৰিবলৈ উক্ত পৰ্টেলটোৰ ব্যৱস্থা কৰা হৈছে। পৰ্টেলটোৰ দ্বাৰা […]