Posted inঅসম

বিধায়কে থানাৰ পৰা উলিয়াই নিয়া দুই মাটিৰ দালাল পুনৰ আৰক্ষীৰ জিম্মাত

হাইলাকান্দি : থানাৰ পৰা উলিয়াই আনি দুই দালালক ফুলৰ মালা পিন্ধাই আলগাপুৰৰ AIUDFবিধায়ক নিজামুদ্দিন চৌধুৰীৰ নেতৃত্বত চহৰৰ মাজেৰে শোভাযাত্ৰা উলিওৱাৰ আনন্দ বহু সময় ধৰি নচলিল। বিধায়কগৰাকীৰ কাৰ্য সৰ্ব দিশতে চৰ্চা হোৱাৰ লগে লগে আৰক্ষীয়েও ব্যবস্থা লবলৈ বাধ্য হ’ল। বিধায়কৰ নির্লজ্জ কান্ড আলগাপুৰ আৰক্ষীয়ে ভূ-মাফিয়া আটক কৰাৰ পাছত ভূ-মাফিয়াৰ লগত ফোট উঠিছে আলগাপুৰ সমষ্টিৰ বির্তকিত বিধায়ক […]