Posted inNews

ৰাজনীতিত যোগদান কৰিব নেকি বৰষাৰাণী বিষয়াই? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

সোমবাৰৰ পৰা সংবাদ মাধ্যম আৰু সমাজিক মাধ্যমত বৰষাৰাণী বিষয়াৰ ৰাজনীতিত ষোগদানক লৈ ব্যাপক চৰ্চাৰ মাজতে মংগলবাৰে অভিনেত্ৰী গৰাকীয়ে নিজা ফেচবুক একাউন্টৰ দ্বাৰা লাইভ যোগে এই সন্দৰ্ভত মত প্ৰদান কৰে। অভিনেত্ৰী গৰাকীয়ে লাইভ যোগে কয় যে তেঁওৰ ব্যক্তিগত জীৱন আৰু পেছাগত জীৱনত বহুত কৰণীয় কাম আছে। বহু বছৰৰ পৰা যিহেতু অভিনয় আৰু ছবি ক্ষেত্ৰত জড়িত বাবে […]