Posted inঅসম

EXIT POLL:বিজেপিয়ে লাভ কৰিব ৭০ খন আসন!

নিউজ ডেস্কঃ ”বিজেপিয়ে এইবাৰ বিধানসভাৰ নিৰ্বাচনত অকলেই লাভ কৰিব ৭০খন আসন”। এই মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসে। আজি মহানগৰীৰৰ হেঙেৰাবাৰীস্থিত  বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰি  বিজেপিৰ সাম্ভাব্য বিজয়ীৰ তালিকা প্ৰকাশ কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে। তালিকাখনত প্ৰকাশ কৰা অনুসৰি বিজেপিয়ে ৭০খন, এজিপিয়ে ৮ আসন, ইউ পি পি এল ৫ খন আৰু […]