Posted inঅসম

সকলো বিৰোধী বিধায়কক বিজেপিত যোগদানৰ আহ্বান মুখ্য মন্ত্ৰীৰ

গুৱাহাটী : মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ এদিন পিছতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সকলো বিৰোধী বিধায়ককে বিজেপিত যোগদান কৰিবলৈ আহ্বান জনাইছে। ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ এৰাক লৈ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত শনিবাৰে মুখ্য মন্ত্ৰীজনে এই মন্তব্য কৰে। তেওঁ কয়, ‘৫ বছৰ ধৰি বিৰোধী পক্ষত থাকি তেওঁলোকে কি কৰিব? যিহেতু আমি জাতি, […]