Posted inৰাজনীতি

বিধায়ক প্ৰশান্ত ফুকনক কংগ্রেছত যোগদানৰ আহ্বান দেবব্রত শইকীয়াৰ

লখিমপুৰ, পল্লৱ মিলি: বিজেপি বিধায়ক প্ৰশান্ত ফুকনক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান জনাই বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। আজি লখিমপুৰত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ এক পদযাত্ৰাত অংশগ্ৰহণ কৰি শইকীয়াই এই আহ্বান জনায়। ‘’কংগ্রেছৰ পৰা বিজেপিলৈ যোৱা সৰহভাগ নেতাই মন্ত্রীত্ব পোৱাৰ বিপৰীতে প্ৰশান্ত ফুকন বঞ্চিত হৈ আছে তেওঁৰ ট্ৰেইনিং কম হৈ আছে, কংগ্রেছলৈ আহিলে উপযুক্ত ট্ৰেইনিং দিয়া হব,’’ […]