গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদে অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২২ৰ বাবে আবেদন গ্ৰহণ আৰম্ভ কৰিছে। ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা ২০২১চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থ এখনৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে এই বঁটা প্ৰদান কৰা হ’ব বুলি এক বিবৃতি যোগে জনাইছে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই । এই […]