লখিমপুৰৰ ঘূণাসুঁতিত পথ নিৰ্মাণত দুৰ্নীতি হোৱাৰ অভিযোগ তুলি ৰাইজে নিৰ্মাণৰ কাম বন্ধ কৰে।কোটি টকীয়া গড়কাপ্তানিৰ পথ নিৰ্মাণত দুৰ্নীতি হোৱাৰ অভিযোগ ৰাইজৰ। ঘূণাসুঁতি-দৰগে সংযোগী প্ৰায় ৮ কিলোমিটাৰ পথ নিৰ্মাণত এই দুৰ্নীতি হৈছে। ললিত আগৰৱালা নামৰ ঠিকাদাৰজনে নিৰ্মাণ কৰি আছে পথটো। ঘূণাসুঁতিৰ ৰাইজে দুৰ্নীতিৰ উমান পোৱাত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিলে পথ নিৰ্মাণৰ কাম। ৰাজ্যিক স্ব: উন্নয়ন প্ৰাধান্য […]