নিউজ ডেস্ক : গঁড়ৰ খড়্গৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত বন বিভাগৰ কৰ্মচাৰী। বৃহস্পতিবাৰে বন বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে গঁড়ৰ খড়্গৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত বিভাগটোৰ এগৰাকী কৰ্মচাৰীসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। পূৰ্বতে গ্ৰেপ্তাৰ কৰা এগৰাকী চোৰাং চিকাৰী তথা সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত বুধবাৰে পূব অসম বনপ্ৰাণী সংমণ্ডলৰ এটা দলে উক্ত লোক দুজনক […]