Posted inউত্তৰ-পূৱ

অৰুণাচলপ্ৰদেশৰ লংডিং চহৰত আটক এনএছচিএন-কে (ৱাইএ) কেডাৰ

নিউজ ডেস্কঃ অসম ৰাইফলছে ২ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ লংডিঙত নিষিদ্ধ সংগঠন এন এছ চি এন-কে (ৱাইএ)ৰ এজন সদস্যক আটক কৰে। অসম ৰাইফলছ আৰু লংডিং আৰক্ষীৰ এক যুটীয়া অভিযানত চলিছিল এই অভিযান। লংডিং চহৰৰ লেবাৰ কলনিৰ পৰা আটক কৰা হৈছে এন এছ চি এন-কে (ৱাইএ) কেডাৰজনক। উল্লেখ্য যে, ১৫ জুনটো অসম ৰাইফলছে আৰক্ষীৰ সৈতে চলোৱা এক […]