Posted inNews

মিজোৰামত ৮ কোটি টকাতকৈ অধিক মূল্যৰ হেৰোইন জব্দ

নিউজ ডেস্ক: মঙলবাৰে মিজোৰামত অসম ৰাইফলছে ৮ কোটি টকাতকৈ অধিক মূল্যৰ হেৰোইন জব্দ কৰে। অসম ৰাইফলছে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনোৱা মতে মঙলবাৰে ভাৰত-ম্যানমাৰ সীমান্তত এক বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই ১.৩ কেজি ওজনৰ হেৰোইন জব্দ কৰে, হেৰোইনখিনিৰ মুল্য ৫.২৩ কোটি টকা। সামগ্ৰীখিনি ১০০ টা চাবোনৰ বাকচত ভৰাই অনা হৈছিল। সামগ্ৰিখিনৰ সৈতে এজন ব্যক্তিক […]