Posted inNews

সচিবালয়ৰ সকলো কৰ্মচাৰীৰ বাবে বাধ্যতামূলক হ’ব বড়ো ভাষা

নিউজ ডেস্ক- অসম বিধানসভাৰ সচিবালয়ৰ সকলো কৰ্মচাৰীৰ বাবে এতিয়াৰে পৰা বাধ্যতামূলক বড়ো ভাষা। অসম বিধানসভাৰ প্ৰধান সচিবে জাৰি কৰিলে এই জাননী। সচিবালয়ৰ সকলো কৰ্মচাৰীয়ে এতিয়াৰে পৰা বড়ো ভাষা লিখিব আৰু শিকিব লাগিব। উল্লেখ্য যে, বিধানসভা সচিবালয়ত বড়ো ভাষাত কাম-কাজ চলাবৰ বাবে এক বড়ো শাখা আছে। তৎসত্ত্বেও সচিবালয়ত কৰ্মৰত আটাইবোৰ বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত বড়ো ভাষা লিখা-পঢ়া বাধ্যতামূলক […]