Posted inক্ৰীড়া

লাদাখৰ লেহলৈ ১১ জনীয়া ইউটিউবাৰৰ দু:সাহসিক বাইক যাত্ৰা

গুৱাহাটী : অসমৰ পৰ্যটন সন্দৰ্ভত প্ৰচাৰ চলোৱাৰ অৰ্থে লাদাখ ৰাজ্যৰ ৰাজধানী লেহলৈ অসমৰ পৰা ১১ গৰাকী মটৰ চাইকেল আৰোহীৰ এটা দল বুধবাৰে গুৱাহাটীৰ পৰা ৰাওনা হৈছে। ৰাজ্যৰ পৰ্যটন, ক্ৰীড়া, শক্তি আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই নেহৰু ষ্টেডিয়ামত গামোচা জোকাৰি বাইকাৰ্ছৰ দলটোৰ যাত্ৰাৰ সুভাৰম্ভণি কৰে। ক’ভিড পৰিস্থিতিৰ মাজতে অসমৰ যুৱক-যুৱতীৰ দলটোৰ এই দু:সাহসিক প্ৰচেষ্টাৰ শলাগ […]