নিউজ ডেস্কঃ গুৱাহাটীত শনিবাৰে অসমৰ ক্ৰীড়া সাংবাদিকতাৰ ঐতিহাসিক শতবাৰ্ষিকী উদযাপনৰ সামৰণিৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আৰজি বৰুৱা ক্ৰীড়া কমপ্লেক্সৰ ডিটিআৰপি ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত উক্ত অনুষ্ঠানটোত অসমৰ কেইবাগৰাকী ক্ৰীড়া সাংবাদিকক যোৱা ১০ টা বছৰত আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ক্ৰীড়া সাংবাদিক ত্ৰিদিব বাপাৰনাশকো অসম ক্ৰীড়া সাংবাদিক সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে। ত্ৰিদিব বাপাৰনাশ বৰ্তমান ইষ্ট […]