নিউজ ডেস্ক: কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ৩৯টা সমষ্টিৰ ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩ লাখ ৪৪ হাজাৰ ৬৩১ জন ভোটাৰে । মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১০,৫৯২ টা ।দ্বিতীয় পৰ্যায়ত বৰাকৰ তিনিখন জিলাৰ ১৫টা সমষ্টিৰ লগতে ডিমা হাচাওৰ এটা, পশ্চিম কাৰ্বি আংলঙৰ এটা, কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, হোজাই আৰু ওদালগুৰিৰ ৩টাকৈ […]
Tag: ASSAM STATE ELECTION COMMISSION
Posted inঅসম