গুৱাহাটী : শনিবাৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ল অসম ৰাজ্যিক চিৰিয়াখানা। শনিবাৰৰ পৰা আৰম্ভ হোৱা ৬৭ তম বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি পৰ্যটকৰ বাবে মুকলি কৰা হয় অসম ৰাজ্যিক চিৰিয়াখানা। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে দীর্ঘদিন ধৰি পৰ্যটকৰ বাবে বন্ধ হৈ থকা পৰ্যটকৰ বাবে মুকলি কৰা হ’ল অসম ৰাজ্যিক চিৰিয়াখানা শনিবাৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে […]