Posted inঅসম

অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

গুৱাহাটীঃ অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি। চিৰিয়াখানাত এজনী ঢেকীয়াপতিয়া বাঘে জন্ম দিলে দুটাকৈ পোৱালি। চিৰিয়াখানাৰ কাজী নামৰ বাঘজনীয়ে জন্ম দিলে দুটাকৈ পোৱালি। বৰ্তমান সুস্থ অৱস্থাত আছে মাতৃ আৰু দুই বাঘৰ পোৱালি। এই দুই পোৱালি জন্ম দিয়াৰ লগে লগে সৰ্বমুঠ ৯ টা বাঘলৈ বৃদ্ধি পালে বাঘৰ সংখ্যা। বাঘৰ পোৱালি দুটাৰ নাম বর্তমানলৈকে ঠিক কৰা হোৱা […]