Posted inNews

পূৰ্বৰ সকলো অভিলেখ ভংগ: অসমৰ মনোহাৰী গ’ল্ড টি প্ৰতি কিল’গ্ৰাম বিক্ৰী হ’ল ১ লাখ ১৫ হাজাৰ টকাত

অসমৰ মনোহাৰী গ’ল্ড টি প্ৰতি কিল’গ্ৰাম ১ লাখ ১৫ হাজাৰ টকাত বিক্ৰী পূৰ্বৰ সকলো অভিলেখ ভংগ  কৰি অসমৰ মনোহাৰী গ’ল্ড টি প্ৰতি কিল’গ্ৰাম বিক্ৰী হ’ল ১ লাখ ১৫ হাজাৰ টকাত। অসমৰ মনোহাৰী গল্ড টি বিশ্বৰে এক বিৰল জাতৰ চাহ। মনোহাৰী গ’ল্ড টি বিশ্বৰ ভিতৰতে আটাইতকৈ স্বাস্থ্যকৰ পানীয় বুলিও পৰিচয় আছে। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি […]