Posted inঅসম

অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত অসমৰ চাহ উদ্যোগ; উৎপাদন ব্যয় বৃদ্ধিৰ বিপৰীতে তললৈ নামিছে চাহৰ মূল্য

গুৱাহাটী : সংকটৰ গৰাহত পৰা ৰাজ্যৰ চাহ উদ্যোগটোৱে সম্প্ৰতি অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত অৱতীৰ্ণ হ’বলগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। চাহৰ মূল্য ইয়াৰ উৎপাদন ব্যয়ৰ তুলনাত যথেষ্ট হ্ৰাস পোৱাৰ ফলতেই এই সমস্যাৰ সৃষ্টি হৈছে। নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে ইষ্টম’জ’ অসমক জনোৱা মতে চাহৰ মূল্য প্ৰতি কিলোগ্ৰামত ৪৪.১৯ টকালৈ হ্ৰাস পাইছে যি হাৰ […]