Posted inউত্তৰ-পূৱ

Outlook Traveller Award: কাজিৰঙালৈ Best Wildlife Destination in India-ৰ স্বৰ্ণ সন্মান

নিউজ ডেস্ক: পৰ্যটনৰ ক্ষেত্ৰত কেৱল দেশ ভিতৰতে নহয় বিশ্ব মানচিত্ৰত কাজিৰঙাৰ আছে এখ সুকীয়া স্থান। প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জৈৱ-বৈচিত্ৰই দেশ-বিদেশৰ পৰ্যটকক সদাই আকৰ্ষণ কৰি অহা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ এইবাৰ আহিছে এক বিশেষ স্বীকৃতি। ভাৰতৰ শীৰ্ষ ভ্ৰমণ আলোচনী তথা ৱেবছাইট Outlook Travel Magazine-এ আগবঢ়োৱা ২০২২ বৰ্ষৰ Outlook Traveller Award-ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়োৱা হৈছে Best Wildlife […]