Posted inঅসম

পৰ্যটনৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন অভিলেখ

নিউজ ডেস্কঃ ২০২২-২৩ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষত নতুন অভিলেখ গঢ়িলে বিশ্ব ঐতিহ্যক্ষেত্ৰই । বিগত বৰ্ষৰ ২ অক্টোবৰৰ পৰা আৰম্ভ হোৱা পাঁচমহীয়া ২০২২-২৩ পৰ্যটন বৰ্ষত কাজিৰঙালৈ ২ লাখ ৪০ হাজাৰ ৯২ গৰাকী পৰ্যটক আগমন ঘটে। য’ত বিদেশী পৰ্যটকৰ সংখ্যা ৭ হাজাৰ ১২৬ গৰাকী। যিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে। এই পৰ্যটন বৰ্ষত সংগ্ৰহ হোৱা মুঠ […]