Posted inNews

গুৱাহাটী মহানগৰীৰ ভিতৰত প্ৰৱেশত বাধা ASTC বাছৰ

নিউজ ডেস্ক: গুৱাহাটী মহানগৰীৰ ভিতৰত প্ৰৱেশত বাধা ASTC বাছৰ৷ ২ জুনৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা৷ মালিগাঁৱত ফ্লাইঅ’ভাৰ নিৰ্মাণ কৰি থকাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা৷ তীব্ৰ যানজঁটৰ বাবে  ASTC বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ(মহানগৰ) জিলা প্ৰশাসনৰ। মালিগাঁও হৈ আহিব নোৱাৰিব পৰিবহণ নিগমৰ দূৰণিবটীয়া বাছ। মালিগাঁৱত উৰণীয়া সেঁতু নিৰ্মাণ হৈ থকাৰ পৰিপেক্ষিতত সমগ্ৰ […]