নিউজ ডেস্ক- ইণ্ডিয়ান ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্ক (আই আই আৰ এফ) ইউনিভাৰ্ছিটি ৰেংকিং ২০২৩ অনুসৰি ভাৰতৰ কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত অসমৰ দুখন বিশ্ববিদ্যালয়ে স্থান দখল কৰিছে। ভাৰতৰ কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ছখন বিশ্ববিদ্যালয়েও স্থান লাভ কৰিছে। উক্ত তালিকাত অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ে চতুৰ্দশ (১৪) আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ে ঊনবিংশ (১৯) স্থান লাভ কৰিছে। তথ্য অনুসৰি, ভাৰতৰ কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহৰ […]