আজাৰা : ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে বনৰীয়া হাতীৰ মৃতদেহ। দক্ষিণ কামৰূপৰ কুলশীৰ টিয়ামাৰীত উদ্ধাৰ হৈছে এটা বনৰীয়া হাতীৰ মৃতদেহ। বনৰীয়া হাতীটোৰ কি কাৰণত মৃত্যু হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিছুদিন পূৰ্বে নগাঁৱত উদ্ধাৰ হৈছিল ১৮ টাকৈ বনৰীয়া হাতীৰ মৃতদেহ। হাতী কেইটাৰ মৃত্যুৰ কাৰণ বজ্ৰপাত বুলি ধাৰণা কৰা হৈছিল যদিও বর্তমানলৈকে হাতী কেইটাৰ মৃত্যুৰ প্ৰকৃত […]