Posted inৰাজনীতি

মৰিয়নি সমষ্টিত প্ৰচাৰ চলালে বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে

মৰিয়নি: আগন্তক বিধান সভা নিৰ্বাচনৰ বাবে বিজেপি আৰু মিত্ৰজোটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ১০১ নং মৰিয়নি বিধান সভা সমষ্টিত উপস্থিত হয় বিজেপি নেত্ৰী তথা বস্ত্ৰ শিল্প দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। কংগ্ৰেছৰ দখলত থকা মৰিয়নী সমষ্টিত এইবাৰ বিজেপি প্ৰক্ষেপ্ৰিত প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ প্ৰচাৰ চলাবলৈ আহে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী। উপস্থিত জনতাৰ আগত বিজেপি […]