Posted inইষ্ট ম'জ' বিশেষ

অভিনেতা পদ্মৰাগ গোস্বামীয়ে ভিলেইনৰ চৰিত্ৰতে কিয় অভিনয় কৰে?

নিউজ ডেস্কঃ অভিনেতা পদ্মৰাগ গোস্বামী অসমীয়া চলচ্চিত্ৰ জগতৰ এজন সুদক্ষ অভিনেতা। পদ্মৰাগ গোস্বামীক প্ৰায় সংখ্যক চিনেমা অথবা ধাৰাবাহিকত খলনায়কৰ চৰিত্ৰতে দেখা পোৱা যায়।  প্ৰতিঘাট, ৰত্নাকৰকে ধৰি বহুকেইখন চিনেমাত অভিনয় কৰা পদ্মৰাগ গোস্বামীক এইবাৰ দেখা যাব ডঃ বেজবৰুৱা২ নামৰ চলচ্চিত্ৰখনত। ৰীল লাইফত ভিলেইনৰ ৰূপতে দেখি অহা অভিনেতা গৰাকী ৰিয়েল লাইফত পিছে নম্ৰ,সহজ সৰল।  অভিনেতাজনৰ সৈতে হোৱা […]