Posted inNews

২৮ সংখ্যক কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘অকমান’

কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘অকমান’ অসমীয়া ছবিজগতলৈ সুখৱৰ। ২৮ সংখ্যক কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘অকমান’। ১৫ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ কলকাতাত অনুষ্ঠিত হ’ব এই আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱত ভাৰতীয় কথাছবি প্ৰতিযোগিতা শিতানলৈ নিৰ্বাচিত হৈছে প্ৰাঞ্জল কে শইকীয়াৰ দ্বাৰা পৰিচালিত কথাছবি ‘অকমান’। উল্লখ্য যে, এই কথাছবিখনৰ কাহিনীভাগ অসমৰ এখন […]