বোকাখাতৰ পৰা উত্তম কুমাৰ শৰ্মাঃ ফ্ৰান্সত প্ৰদৰ্শিত হ’ব অসমীয়া যুৱকৰ দ্বাৰা নিৰ্মিত চুটি ছবি এম এম এছ (MMS)। দেশ জোকাৰি যোৱা অভি-নীল হত্যাকাণ্ডৰ লগতে বহু হৃদয়স্পৰ্শী বাস্তৱ কাহিনীৰ ওপৰত চুটি ছবি নিৰ্মাণেৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা বোকাখাতৰ এজন যুৱকে নিৰ্মাণ কৰা আন এখন চুটি ছবি MMS ইতিমধ্যে ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া Film […]