বক্স অফিচত লোকেল উৎপাতৰ বৃহৎ সফলতাৰ পাছত মুক্তিৰ বাবে এতিয়া সাজু হৈছে ‘লোকেল কুংফু’ খ্যাত অভিনেতা-পৰিচালক কেনী বসুমতাৰীৰ পৰৱৰ্তী অসমীয়া ছবি ‘কি কোৱা, দোস্তি..!’ ২৮ এপ্ৰিলত মুক্তি পাবলগীয়া ছবিখনৰ ট্ৰেইলাৰ ১৪ মাৰ্চ তাৰিখে ডা: লিমা দাসে মুকলি কৰে। ছবিখনৰ সন্দৰ্ভত কেনীয়ে কয়, “কি কোৱা, দোস্তি…!” মূলত: ভাড়াঘৰৰ কাহিনী ৷ আমাৰ বহুতৰে হোষ্টেল, ভাড়াঘৰ অথবা মেছত […]