Posted inঅসম

অসমীয়া চলচ্চিত্ৰ জগতৰ ‘অৰণ্য’ৰ এক সোণালী যাত্ৰা

নিউজ ডেস্কঃ “শিলে শিলে ঠেকা খালে নিজৰাৰে পানী” ঠিক নিজৰাৰে পানীৰ দৰেই এই জনপ্ৰিয় গীতটি আজিও প্ৰতিজন অসমীয়াৰ মন-হৃদয়ত খলকনি তুলি বৈ আছে। অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় বোলছবি ‘অৰণ্য’ ৰ এই জনপ্ৰিয় গীতটিৰ জনপ্ৰিয়তা আজিও অক্ষুন্ন আছে। “এই পূৰ্ণিমা ৰাতি এই পাহাৰৰে দাঁতি”, দিনৰ পোহৰ ৰংচঙীয়া ভাল মানুহৰ সং, ৰাতিৰ আন্ধাৰ গমগমীয়া চোৰ মাতালৰ ৰং” এই […]