গুৱাহাটী : অসমীয়া ছবিৰ পৰিচালক শম্ভু গুপ্তা আৰু নাই। কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল পৰিচালকগৰাকী। দেওবাৰে নিশা ১০.৫০ বজাত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। কোৰোনাত আক্ৰান্ত হোৱাৰ পিছত যোৱা ৮ মে’ত তেওঁক এপ’ল’ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও অৱস্থাৰ অৱনতি ঘটাত ১০ মে’ত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ আই […]