Posted inঅসম

ৰাজ কুন্দ্ৰাৰ ৱেব চিৰিজত কাম কৰাৰ সুযোগ লাভ কৰিছিল অসমৰ এগৰাকী যুৱতীয়ে

কামপুৰঃ মায়ানগৰী মুম্বাইৰ এটি ঘটনা সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দেশৰ একাধিক সংবাদ মাধ্যমত। শেহতীয়াকৈ পৰ্ণগ্ৰাফী তথা অশ্লীল ৱেব চিৰিজ নিৰ্মাণৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বলিউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাক। শেহতীয়াকৈ অসমৰ এগৰাকী মডেলেয়ো মুখ খুলিলে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে। ৰাজ কুন্দ্ৰাৰ ৱেব চিৰিজত কাম কৰিবৰ বাবে সুযোগ লাভ কৰিছিল অসমৰ এগৰাকী […]