Posted inঅসম

অসমীয়া থলুৱা সামগ্ৰী নিৰ্মাণ কৰি স্বাৱলম্বী জামুগুৰিহাটৰ দম্পতী

জামুগুৰিহাটঃ জামুগুৰিহাটৰ হাটিঙা গাঁৱৰ ৰিন্টু শইকীয়া আৰু নিৰ্মালী শইকীয়া নামৰ দুই দম্পতীয়ে কাঠৰে অসমীয়া থলুৱা সামগ্ৰী নিৰ্মাণ কৰি স্বাৱলম্বী হৈ উঠিছে ৷ বিশেষকৈ অসমীয়া আ-অলংকাৰ তৈয়াৰ কৰি সেই সামগ্ৰী সমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ মুকলি কৰি দি সমাদৰ লাভ কৰিছে ভাস্কৰ্য শিল্পী দ্বয়ে ৷ এই সন্দৰ্ভত শিল্পী দুগৰাকীয়ে কয় যে কাঠেৰে তৈয়াৰী অসমীয়া আ-অলংকাৰ সমূহে […]