নিউজ ডেস্কঃ শ্ৰী ৰঘুপতিৰ পিছতেই আজি ছবিগৃহত শুভমুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি “দ্য শ্লেম বুক”। এন কে প্ৰডাকচনে নিজা ৪০ বছৰীয়া সফল যাত্ৰাত অসমীয়া ছবিপ্ৰেমীক “দ্য শ্লেম বুক” ছবিখন উপহাৰ স্বৰূপে আগবঢ়াইছে। ইতিমধ্যেই ছবিখনৰ ৪ টাকৈ গীত ইউটিউবত মুকলি কৰা হৈছে। ছবিখনৰ ট্ৰেইলাৰ লগতে আটাইকেইটা গীতেই অসমবাসীৰ পৰা যথেষ্ট ভাল সহাঁৰি লাভ কৰিছে। উল্লেখ্য […]