Posted inঅসম

৫০ বছৰীয়া জন্মদিনত অনুৰাগীলৈ কি উপহাৰ আগবঢ়ালে জুবিন গাৰ্গে?

গুৱাহাটী : শিশুৰ পৰা বৃদ্ধলৈ অসমৰ লাখ লাখ সংগীত অনুৰাগীৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে আজি ৫০ বছৰত ভৰি থ’লে। নিজৰ ৫০ বছৰীয়া জন্মদিনত শিল্পী গৰাকীয়ে অসমবাসীক তেওঁৰ প্ৰতি জনোৱা মৰমৰ বাবে কৃতজ্ঞতা জনায়। আজি ওপজা দিনৰ দিনাই জুবিনে তেওঁৰ অগণন অনুৰাগীৰ বাবে মুকলি কৰিলে বৰ্ণময় সংগীত যাত্ৰাৰ সমস্ত সাধনা সামৰি গঢ়ি তোলা জুবিন গাৰ্গ মিউজিক (Zubeen […]