নিউজ ডেস্কঃ চাহপ্ৰেমী সকলৰ বাবে এক সু-খবৰ! এতিয়া ঘৰতে বহি ২৪ কেৰেট সোণেৰে তৈয়াৰী চাহত চুমুক দিব পাৰিব। ডুবাইত সোণেৰে তৈয়াৰী চাহৰ কথা হয়তো বহুতে শুনিছে, কিন্তু সোণৰ চাহ খাবলৈ বিদেশলৈ যোৱাৰ এতিয়া প্ৰয়োজন নাই। আমাৰ দেশতে উপলব্ধ হ’ব সোণৰ চাহ। অসমৰ চাহ ব্যৱসায়ী ৰঞ্জিত বৰুৱাই লৈ আহিছে ২৪ কেৰেট সোণৰ চাহ, যাৰ মূল্য প্ৰতি […]