প্ৰয়াত অভিনেতা কিশোৰ দাস অভিনীত অন্তিমখন ছবি – অমিতাভ – এ মুক্তি লাভ কৰে শুক্ৰবাৰে। সম্পূর্ণ গ্ৰামীণ পৰিৱেশত নিৰ্মাণ কৰা এই চিনেমাখন মুখ্যত এজন শিক্ষক আৰু গাৱঁৰ মাজত চলি অহা জলন্ত সমস্যাসমূহৰ আধাৰত নিৰ্মাণ কৰা হৈছে।