Posted inNews

জনপ্ৰিয় অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ দেহাৱসান

নিউজ ডেস্ক- অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা মিহিৰজ্যোতি বৰুৱাই আজি শেষ নিশ্বাস ত্যাগ কৰে। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত আজি দিনৰ প্ৰায় ২.৩০ বজাত তেওঁৰ মৃত্যু হয়। তেখেত ভ্ৰাম্যমাণ জগতৰ লগতো জড়িত আছিল। তেওঁ অসমীয়া চলচিত্ৰ জগতৰ বাবে বিভিন্ন কাম কৰি গৈছে। তেখেত এগৰাকী জনপ্ৰিয় অভিনেতা আৰু পৰিচালক আছিল। তেওঁ জনসাধাৰণৰ মাজত সু–অভিনয়ৰ মাজেৰে এক সুকীয়া পৰিচয় […]