Posted inঅসম

এইবাৰ অনলাইনত অনুষ্ঠিত হ’ব চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ছবি মহোৎসৱ

গুৱাহাটী : চলচ্চিত্ৰমৰ উদ্যোগত অহা ১০ আগষ্টৰ পৰা চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ছবি মহোৎসৱ অনুষ্ঠিত হ’ব। যোৱা মাৰ্চ মাহত এই মহোৎসৱ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ বাবে ইয়াক পিছুৱাই দিয়া হয়। আগষ্টত হ’বলগীয়া এইবাৰ মহোৎসৱ অনলাইনত অনুষ্ঠিত হ’ব। মহোৎসৱৰ সঞ্চালক উৎপল দত্তই এক বিজ্ঞপ্তি যোগে জনোৱা মতে ক’ভিড মহামাৰীৰ ফলত ৬ দিনীয়া এই মহোৎসৱৰ সৈতে […]