Posted inঅসম

ৰহাৰ চাপৰমুখত বানপীড়িতৰ সমস্যাৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰহাঃ দুবাৰকৈ প্ৰলয়ংকাৰী বানে বিধস্ত কৰা নগাঁও জিলাৰ ৰহা সমষ্টিৰ চাপৰমুখত বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই উপস্থিত হৈ বানাক্ৰান্তৰ বুজ লয়। দিনৰ এক বজাত ৰেলেৰে চাপৰমুখ ৰেলৱে ষ্টেচনত উপস্থিত হৈ ষ্টেচনত শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰা বানপীড়িত সকলৰ সমস্যাৰ বুজ লোৱাৰ ওপৰিও খাদ্য সামগ্ৰীৰ যোগান সঠিক ৰূপত লাভ কৰিছেনে নাই খবৰ লয়। লগতে একাংশ বানাক্ৰান্তই […]