Posted inঅসম

চাকৰি নিয়মীয়াকৰণৰ প্ৰতিবাদত নমা জলমিত্ৰক কামৰ পৰা আঁতৰাই দিয়া হ’ব: জয়ন্ত মল্ল বৰুৱা

গুৱাহাটীঃ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিবাদত নমা জলমিত্ৰক কামৰ পৰা আঁতৰাই দিয়া হ’ব বুলি ধমক দিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। স্বচ্ছ ভাৰত অভিযানৰ অষ্টম বৰ্ষপূৰ্তিৰ উপলক্ষে অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, জলমিত্ৰসকলে এতিয়াৰে পৰা কাম কৰি […]