ৰঙিয়া : ৰঙিয়াৰ ডিমুত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ। ৰঙিয়াৰ পৰা হাজোলৈ ড্ৰাগছখিনি সৰবৰাহ কৰি থকা মুহূৰ্তত গ্ৰেপ্তাৰ হ’ল হাজোৰ ৰাতুল আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। ডোবক আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি ডিমু চকত গ্ৰেপ্তাৰ কৰে ৰাতুল আলীক। এখন স্কুটীত লৈ গৈ আছিল লক্ষাধিক টকা মুল্যৰ ড্ৰাগছ আৰু প্ৰায় ৭০ টা কন্টেইনাৰ। ডিমু […]