Posted inঅসম

ভিক্টৰ দাসৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটীঃ শুকুৰবাৰে জামিন মঞ্জুৰ হয় ভিক্টৰ দাসৰ। ৯ ছেপ্টেম্বৰৰ পৰা অসম আৰক্ষীৰ জিম্মাত থকা ভিক্টৰ দাসক ২৯ ছেপ্তেম্বৰলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ভিক্টৰ দাসৰ হৈ আদালতত যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই। ২৯ ছেপ্টেম্বৰত কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ। ২১ আৰু ২৮ আগষ্টত সমগ্ৰ অসমত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিত […]