Posted inঅসম

মনোজ বাজপায়ীৰ সৈতে বলিউডৰ নতুন ছবিত অসমৰ উৰ্মীলা মহন্ত

গুৱাহাটী : বলিউডৰ অভিনেতা মনোজ বাজপায়ীৰ সৈতে এখন নতুন হিন্দী ছবিত অভিনয় কৰিব অসমৰ অভিনেত্ৰী উৰ্মীলা মহন্তই। ৰেনছিল ডি’ছিলভা পৰিচালিত ডায়েল ১০০ নামৰ ছবিখন Zee5 ৰ বেনাৰত নিৰ্মাণ কৰি থকা হৈছে। টুইটাৰ যোগে মহন্তই ছবিখনত অভিনয় কৰাৰ সুযোগ লাভ কৰাত আনন্দ প্ৰকাশ কৰে। Sony Pictures Films India আৰু Alchemy Films –এ পৰিৱেশন কৰা ছাছপেন্স থ্ৰিলাৰ ধৰ্মী […]