নিউজ ডেস্ক: সন্তান জন্মৰ আগতেই বিজেপিয়ে অন্নপ্ৰাশনৰ দিন থিৰাং কৰে, এই মন্তব্য পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ। শুকুৰবাৰে কলিকতাত এক সংবাদমেলত সদ্য ঘোষিত পাঁচ ৰা্জ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজপি বিজয় সম্পৰ্কে সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত মমতা বেনাৰ্জীয়ে এইদৰে কয়। গৰাকী সাংবাদিকে বিজেপিয়ে এই নিৰ্বাচনৰ ফলাফলক ২০২৪ চনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে ‘বুষ্টাৰ’ তথা অহা নিৰ্বাচনত […]