Posted inদেশ-বিদেশ

স্পুটনিক-ভি আৰু এষ্ট্ৰাজেনিকাৰ ‘mix and match’ বুষ্টাৰ ড’জৰ ট্ৰায়েল

নিউজ ডেস্কঃ কোভিড প্ৰতিৰোধী ভেকচিন স্পুটনিক-ভি আৰু এষ্ট্ৰাজেনিকাৰ মাজত মিশ্ৰণ আৰু সামঞ্জস্য (mix & match) পৰীক্ষণ আৰম্ভ কৰা হৈছে । চলিত মাহৰ শেষৰ ফালে এক ফলপ্ৰসূ ৰিজাল্ট লাভ কৰিব জনসাধাৰণে। ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া কিৰিল দিমিত্ৰিভে এই প্ৰসংগত কয় যে “আমি অতি বেছি আশাবাদী আৰু বিশ্বাস যে ইয়াৰ এক অশ্বৰ্যকৰ ফল লাভ কৰিম […]