Posted inদেশ-বিদেশ

প্ৰথম চন্দ্ৰ অভিযান, এপ’ল’ ১১ মিছনৰ মহাকাশচাৰী মাইকেল কলিন্সৰ মৃত্যু

নিউজ ডেস্কঃ প্ৰথম চন্দ্ৰ অভিযান, এপ’ল’ ১১ মিছনৰ সদস্য, মহাকাশচাৰী মাইকেল কলিন্সৰ মৃত্যু। বুধবাৰে আমেৰিকাৰ ফ্ল’ৰিডাত মৃত্যু হয় মহাকাশচাৰীজনৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল মাইকেল কলিন্স। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯০বছৰ। ৩০ অক্টোবৰ ১৯৩০ চনত ইটালীৰ ৰোমত জন্মগ্ৰহণ কৰিছিল মাইকেল কলিন্সে। ১৯৬৯চনত নীল আৰ্মষ্ট্ৰং আৰু এল্ড্ৰিনৰ সৈতে চন্দ্ৰত গৈ আৰু ভৰি দি […]