নিউজ ডেস্ক- মহাকাশত চীনে প্ৰত্যাহ্বান জনাবলৈ আমেৰিকাক চেষ্টা অব্যাহত ৰাখিছে। তাৰ মাজতে চীনে ঘোষণা কৰে এটা নতুন অভিযানৰ কথা। এই নতুন মহাকাশ অভিযানটোত চীনে অসামৰিক লোকক মহাকাশচাৰী হিচাপে মহাকাশলৈ প্ৰেৰণ কৰিব। এই মহাকাশচাৰীজনক ‘চিভিলিয়ান এষ্ট্ৰ নাট’ হিচাপে অভিহিত কৰা হৈছে। মহাকাশত থকা চীনৰ টিয়াংগং মহাকাশ কেন্দ্ৰৰ চালক দলৰ সদস্য হিচাপে তেওঁক প্ৰেৰণ কৰা হ’ব। চীনা […]