Posted inক্ৰীড়া

অসম এথলেটিকছৰ আগন্তুক সময়ৰ কৰ্মসূচী প্ৰকাশ

আজি গুৱাহাটীত অসম এথলেটিকচ সন্থাৰ কাৰ্যনিবাহক সভাই ৰাজ্যৰ এথলেটিকছ টুৰ্ণামেন্ট সমূহৰ কাৰ্যসূচী চূড়ান্ত কৰে। লক্ষ্য কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত লোৱা সিদ্ধান্ত মৰ্মে এই কাৰ্যসূচীসমূহ ঘোষণা কৰে । ২০ অক্টোবৰৰ পৰা ১৫ নবেম্বৰৰ ভিতৰত সকলো জিলা চেম্পিয়নশ্বিপ।নৱেম্বৰ – ডিচেম্বৰ মাহত সকলো জিলাতে ২০ দিনীয়া প্ৰশিক্ষণ শিৱিৰ।এপ্ৰিল- মে মাহত ৪৫ দিনীয়া ৰাজ্যিক প্ৰশিক্ষণ শিৱিৰ।জানুৱাৰী মাহত তিনিচুকীয়া জিলাত […]